Kimote Bhokoti - Dr. Sangita Kakati
| Page format: |
Direct link:
BB code:
Embed:
Kimote Bhokoti Lyrics
কিমতে ভকতি কৰিম তোমাক
হৰি হৰি হৰি হৰি এই
মই মূৰ্হমতি নজনো তাৰ উপায়।
মহা বলবন্ত দুৰ্বাশ নাগোৰ
হৰি হৰি হৰি হৰি এ
আমাৰ মনক তেজিয়া দুৰ নযায়
Enjoy the lyrics !!!