Anuron - Jim Ankan Deka



     
Page format: Left Center Right
Direct link:
BB code:
Embed:

Anuron Lyrics


জানিলো, কলপনাত মন মোৰ উটি যায়
ভাৱিলো, দিঠকত পোহৰে খেলি জায়
বিছাৰিচিলো এখনি হ্নদয়, মোৰ সতে মিলি যায়
সাগৰৰ দৰে বহল মাথো, নিলা নিলা কথাবোৰ কয়
সোৱৰণিৰ বতাহজাকত তোমাৰেই সুৱাস
সুধিচিলো নিৰ্জনতাত পামনে কোনো আশ্ৱাস
মায়াময় জোনাক, বোৱতি নদি
নিস্তেজ সময়, সিপাৰত তুমি
শুনিবানে কাহানিবা
অনুৰণ - মোৰ সুৰ
মনৰেই পখীটি নামিব বিছাৰে
আশাৰেই ৰেঙনিয়ে আকিব বিছাৰে
নিৰিবিলি, সময় মাথো কিয়যে থমকি ৰয়
অকলশৰে সিচি থলো নিৰাশাৰ স্মৃতিবোৰ

মেলি দিলো পানচৈ, মৰিচিকাৰ আৰে আৰে
কোনেনো আনি দিব, স্বপ্ন বাৰে বাৰে
মায়াময় জোনাক, বোৱতি নদি
নিস্তেজ সময়, সিপাৰত তুমি
শুনিবানে কাহানিবা
অনুৰণ - মোৰ সুৰ
Lyrics Submitted by Niyor B

Enjoy the lyrics !!!